পল্লৱপ্ৰাণ গোস্বামী…‘ছপা কিতাপ এখন হাতত লৈ পঢ়াৰ আমেজেই সুকীয়াʼ, ʼনতুন কিতাপ এখনৰ গোন্ধত যি শিহৰণ পাওঁ, সেয়া আৰু কʼত পামʼ ধৰণৰ ৰোমাণ্টিকতাই আহিবলগীয়া সময়ত প্ৰকাশকসকলক যে বিশেষ সহায় নকৰে, সেয়া লাহে লাহে স্পষ্টতৰ হʼবলৈ ধৰিছে৷…অসমীয়া কিতাপৰ পাইৰেছি: সমাধান সূত্ৰৰ সন্ধানত‘দ্য এলকেমিষ্টʼ নামৰ অতি বিখ্যাত আৰু জনপ্ৰিয় উপন্যাসখনৰ ৰচয়িতা, প্ৰসিদ্ধ ব্ৰাজিলিয়ান গ্ৰন্থকাৰ পাওলো কোৱেলহোৱে কিতাপৰ পাইৰেছি সম্পৰ্কত এষাৰ বৰ ব্যতিক্ৰমী কথা কৈছিল৷ তেখেতৰ মতে, ‘মানুহে যাক পাইৰেছি বুলি কয়,— পাঠকে পঢ়াতকৈ ডাঙৰ পুৰ...